Copyright © 2008 Red Hat, Inc.
The contents of this CD-ROM are Copyright © 2008 Red Hat, Inc. and others. Refer to the individual copyright notices in each source package for distribution terms. The distribution terms of the tools copyrighted by Red Hat, Inc. are as noted in the file EULA
.
Red Hat আৰু RPM Red Hat, Inc. ৰ পণ্যচিহ্ন
Red Hat Enterprise Linux কেবাখনে CD-ROM ৰ যোগেদি দিয়া হয় য'ত থাকে সংস্থাপন CD-ROM সমূহ আৰু উৎসৰ CD-ROM সমূহ ।
সৰ্বাধিক অাধুনিক ব্যৱস্থাপৰণালীত প্ৰথম সংস্থাপনৰ CD-ROM এৰে পোনে পোনে বুট কৰিব পাৰি, আৰু তাত নিম্নলিখিত পঞ্জিকাৰ গঠন আছে (য'ত /media/cdrom
CD-ROM ৰ অভ্যুত্থানৰ স্থান):
/media/cdrom
|----> Server -- মূল সেৱক উৎপাদনৰ বাইনেৰী সৰঞ্জাম
| `----> repodata -- Red Hat Enterprise Linux ৰ এই মুক্তিৰ তথ্য
| যি সংস্থাপন প্ৰক্ৰীয়াৰ দ্বাৰা ব্যৱহৃত
|
|----> Cluster -- অসমৰ্থিত থুপ খোওৱা আৰু ভাৰসম্যতা বিকল্পৰ বাবে বাইনেৰী সৰঞ্জাম
|
| `----> repodata -- সংস্থাপন প্ৰক্ৰীয়াই ব্যৱহাৰ কৰা থুপ খোওৱাৰ তথ্য
|
|----> ClusterStorage -- সমান্তৰাল থুপ কৰা নথিপত্ৰপ্ৰণালী আৰু থুপ খোওৱা আয়তন পৰিচালনা বিকল্পৰ
| বাইনেৰী সৰঞ্জাম
| `----> repodata -- সংস্থাপন প্ৰক্ৰীয়াই ব্যৱহাৰ কৰা থুপখোওৱা ভঁৰালৰ তথ্য
|
|----> VT -- ভাৰ্চুৱেলাইজেছন বিকল্পৰ বাবে বাইনেৰী সৰঞ্জাম
| `----> repodata -- সংস্থাপন প্ৰক্ৰীয়াই ব্যৱহাৰ কৰা ভাৰ্চুৱেলাইজেছন বিকল্পৰ তথ্য
|
|----> images -- বুট আৰু চালক ডিষ্কৰ প্ৰতিমুৰ্তি
|----> isolinux -- CD ৰ পৰা বুট কৰিব'লৈ ব্যৱহাৰ কৰা নথিপত্ৰ
|----> README -- এই নথিপত্ৰ
|----> RELEASE-NOTES -- Red Hat Enterprise Linux ৰ এই মুক্তিৰ
| শেহতীয়া তথ্য
`----> RPM-GPG-KEY-redhat-release
-- Red Hat ৰ পৰা পোৱা সৰঞ্জামৰ বাবে GPG চহি
/media/cdrom
|----> Client -- binary packages of the Core "knowledgeworker" desktop
| `----> repodata -- Red Hat Enterprise Linux ৰ এই মুক্তিৰ তথ্য
| যি সংস্থাপন প্ৰক্ৰীয়াৰ দ্বাৰা ব্যৱহৃত
|
|----> Workstation -- বিকাশ আৰু অভিযান্ত্ৰিক বিদ্যাৰ ৱৰ্কস্টেছন বিকল্পৰ তথ্য
|
| `----> repodata -- সংস্থাপন প্ৰক্ৰীয়াই ব্যৱহাৰ কৰা ৱৰ্কস্টেছনৰ তথ্য
|----> VT -- ভাৰ্চুৱেলাইজেছন বিকল্পৰ বাবে বাইনেৰী সৰঞ্জাম
| `----> repodata -- সংস্থাপন প্ৰক্ৰীয়াই ব্যৱহাৰ কৰা ভাৰ্চুৱেলাইজেছনৰ তথ্য
|----> images -- বুট আৰু চালক ডিষ্কৰ প্ৰতিমুৰ্তি
|----> isolinux -- CD ৰ পৰা বুট কৰিব'লৈ ব্যৱহাৰ কৰা নথিপত্ৰ
|----> README -- এই নথিপত্ৰ
|----> RELEASE-NOTES -- Red Hat Enterprise Linux ৰ এই মুক্তিৰ
| শেহতীয়া তথ্য
`----> RPM-GPG-KEY-redhat-release
-- Red Hat ৰ পৰা পোৱা সৰঞ্জামৰ বাবে GPG চহি
উৎসৰ কোড থকা প্ৰত্যেকখন CD-ROM ৰ পঞ্জিকাৰ পৰিকল্পনা এই ধৰণৰ:
/media/cdrom
|----> SRPMS -- উৎসৰ সৰঞ্জাম
`----> RPM-GPG-KEY-redhat-release
-- Red Hat ৰ পৰা পোৱা সৰঞ্জামৰ বাবে GPG চহি
যদি আপুনি NFS, FTP, বা HTTP সংস্থাপনৰ বাবে কোনো সংস্থাপন তথ্য আকাৰ প্ৰতিষ্ঠা কৰিছে, আপুনি RELEASE-NOTES
নথিপত্ৰসমূহ আৰু RedHat
পঞ্জিকাৰ সকলো নথইপত্ৰ নকল কৰিব লাগিব সকলো কাৰ্যকৰ প্ৰণালীৰ CD-ROM ত. Linux আৰু UNIX ব্যৱস্থাপ্ৰণালীত, নিম্নলিখিত প্ৰক্ৰীয়াই ছাৰ্ভাৰত লক্ষ্য পঞ্জিকা শুদ্ধভাবে বিন্যাস কৰিব (প্ৰত্যেকখন CD-ROM ৰ বাবে পুনৰায় কৰিব):
CD-ROM ভৰাওক
mount /media/cdrom
If you are installing the Server variant, run cp -a /media/cdrom/Server <target-directory>
If you are installing the Client variant, run cp -a /media/cdrom/Client <target-directory>
cp /media/cdrom/RELEASE-NOTES* <target-directory>
(সংস্থাপন CD ১ অকল)
cp /media/cdrom/images <target-directory>
(Installation CD 1 only)
umount /media/cdrom
(য'ত <target-directory>
সংস্থাপন তথ্য আকাৰ থকা পঞ্জিকালৈ যোৱা পথ দেখুৱাই ।)
সংপূৰক CD-ROM নকল নকৰিব , বা কোনো এখন স্তৰযুক্ত উৎপাদন CD-ROM সমূহ, কাৰণ এই কাৰ্য্যই Anaconda ৰ শুদ্ধ কাৰ্য্যকৰণৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ পুনঃ লিখিব
এই CD-ROM সমূহ Red Hat Enterprise Linux সংস্থাপন কৰাৰ পিছত সংস্থাপন কৰিব ।
বহুতো কম্পিউটাৰে আজিকালি CD-ROM সমূহৰ পৰা বুট কৰিব পাৰে । যদি আপোনাৰ ওচৰত এনে এটা যন্ত্ৰ আছে (আৰু সেইটো শুদ্ধভাবে বিন্যাস কৰা হৈছে) আপুনি Red Hat Enterprise Linux সংস্থাপন CD-ROM ১ পোনে পোনে বুট কৰিব পাৰে । বুট কৰাৰ পিছত, Red Hat Enterprise Linux সংস্থাপন কাৰ্য্যক্ৰম আৰম্ভ হ'ব, আৰু আপুনি CD-ROM ৰ পৰা আপোনাৰ ব্যৱস্থাপ্ৰণালী সংস্থাপন কৰিব পাৰিব ।
images/
পঞ্জিকাত boot.iso
নথিপত্ৰ আছে । এই নথিপত্ৰ এখন ISO প্ৰতিমুৰ্তি যি Red Hat Enterprise Linux সংস্থাপন কাৰ্য্যক্ৰম বুট কৰিব'লৈ ব্যৱহাৰ কৰিব পাৰি । নে'টৱৰ্ক আধাৰিত সংস্থাপন আৰম্ভ কৰিব'লৈ এইটো এটা সুবিধাজনক ধৰণ । boot.iso
ব্যৱহাৰ কৰিব'লৈ, আপোনাৰ কম্পিউটাৰ CD-ROM ড্ৰাইভৰ বুট কৰিব পাৰিব লাগিব, আৰু BIOS ৰ পছন্দ সেইবাবে বিন্যাস কৰিব লাগিব । আপুনি তেতিয়া boot.iso
লিখিব/পুনঃলিখিব পৰা CD-ROM লৈ লিখিব লাগিব ।
images/
পঞ্জিকাত থকা অন্য এটা প্ৰতিমুৰ্তিৰ নথিপত্ৰ হ'ল diskboot.img
। এই নথিপত্ৰ USB পেন ড্ৰাইভ(বা ডিষ্কেট ড্ৰাইভতকৈ অধিক ধাৰক গুণ থকা বুট কৰিব পৰা মাধ্যম)ৰ লগত ব্যৱহাৰ কৰিব'লৈ পৰিকল্পনা কৰা হৈছে । প্ৰতিমুৰ্তি লিখিব'লৈ dd আদেশ ব্যৱহাৰ কৰক ।
এই প্ৰতিমুৰ্তিৰ নথিপত্ৰ USB পেন ড্ৰাইভৰ সৈতে ব্যৱহাৰ কৰাৰ ক্ষমতা নিৰ্ভৰ কৰে এটা USB যন্ত্ৰৰ পৰা আপোনাৰ ব্যৱস্থাপ্ৰণালীৰ BIOS এ বুট কৰাৰ ক্ষমতাৰ ওপৰত ।
যি সকলে ওৱেব অভিগম কৰিব পাৰে, http://www.redhat.com চাওক । বিশেষকৈ, আমাৰ ডাক তালিকা ইয়াত উপক্ৰম কৰিব পাৰে:
http://www.redhat.com/mailing-lists
যদি আপুনি ওৱেব উপক্ৰম কৰিব নোৱাৰে, আপুনি তথাপিও প্ৰমুখ ডাক তালিকালৈ বৰঙনি দিব পাৰে ।
বৰঙনি দিব'লৈ, rhelv5-announce@redhat.com আৰু rhelv5-beta-list@redhat.com লৈ এখন ঈ-মেইল পঠিয়াওক বিষয় শাৰীত subscribe লিখি । আপুনি ঈ-মেইলখনৰ বক্তব্য ৰিক্ত ৰাখিব পাৰে ।
Red Hat Enterprise Linux 5.3 ৰ কিছুমান উন্নয়ন এই সংস্কৰণৰ মুক্তি টোকাত উল্লেখিত ন'হ'বও পাৰে । মুক্তি টোকাৰ উন্নত সংস্কৰণ এই URL টো পোৱা যাব পাৰে:
http://www.redhat.com/docs/manuals/enterprise/RHEL-5-manual/index.html
As required by U.S. law, user represents and warrants that it: (a) understands that certain of the software are subject to export controls under the U.S. Commerce Departments Export Administration Regulations (EAR); (b) is not located in a prohibited destination country under the EAR or U.S. sanctions regulations (currently Cuba, Iran, Iraq, Libya, North Korea, Sudan and Syria); (c) will not export, re-export, or transfer the software to any prohibited destination, entity, or individual without the necessary export license(s) or authorizations(s) from the U.S. Government; (d) will not use or transfer the software for use in any sensitive nuclear, chemical or biological weapons, or missile technology end-uses unless authorized by the U.S. Government by regulation or specific license; (e) understands and agrees that if it is in the United States and exports or transfers the Software to eligible end users, it will, as required by EAR Section 741.17(e), submit semi-annual reports to the Commerce Departments Bureau of Industry & Security (BIS), which include the name and address (including country) of each transferee; and (f) understands that countries other than the United States may restrict the import, use, or export of encryption products and that it shall be solely responsible for compliance with any such import, use, or export restrictions.